Assam Jatiya Vidyalaya Class 6 – Social Science Chapter 2
Social Science Chapter 2 EXERCISE QUESTION ANSWER ১৷ চন্দ্ৰগুপ্তই প্রতিষ্ঠা কৰা বংশটোৰ নাম কি ? উত্তৰঃ চন্দ্ৰগুপ্তই প্রতিষ্ঠা কৰা বংশটোৰ নাম হ’ল মৌর্য বংশ। ২৷ সাম্রাজ্য স্থাপনত চন্দ্ৰগুপ্তক সহায় কৰা ব্যক্তিজনৰ নাম কি আছিল ? উত্তৰঃ চানক্য। ৩৷ অমিত্রঘাত উপাধি কোনে লৈছিল ? উত্তৰঃ বিন্দুসাৰে অমিত্রঘাত উপাধি লৈছিল। ৪৷ বিন্দুসাৰৰ ৰাজত্বকাত অহা গ্ৰীক কটকীজনৰ নাম কি … Read more