পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজা?
পৰিৱেশ তন্ত্ৰ (Ecosystem) পৰিৱেশ তন্ত্ৰ (Ecosystem) বুলিলে প্ৰকৃতিৰ মাজত জীয়াই থকা জীৱ আৰু জড় বস্তুসমূহৰ মাজত থকা আন্তঃসম্পর্কক বুজোৱা হয়। ই এক এনে পৰিসৰ, য’ত জীৱসমূহে পৰস্পৰ আৰু পৰিবেশৰ সৈতে পৰিপূৰকভাৱে জীয়াই থাকে। পৰিৱেশ তন্ত্ৰৰ মূল উপাদান দুই প্ৰকাৰৰ হয়: এই উপাদানসমূহে একে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। উদাহৰণস্বৰূপে, উদ্ভিদে সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা … Read more