পানীৰ অভাৱৰ ফলত কি কি সমস্যা হব পাৰে ভাবি লিখা
Q: পানীৰ অভাৱৰ ফলত কি কি সমস্যা হব পাৰে ভাবি লিখা Ans: পানীৰ অভাৱ হ’লে আমি প্রথমে সম্মুখীন হ’ব লাগিব খােৱাপানীৰ সমস্যাৰ। ইয়াৰ পিছতে আহিব খাদ্য সমস্যাৰ। কাৰণ পানীৰ অভাৱৰ ফলত উদ্ভিদ বা অৰণ্য আদি সংকুচিত হ’ব আৰু কৃষি-কার্য ক্ষতিগ্রস্ত হ’ব। আমি পানী ব্যৱহাৰ কৰা ঘৰুৱা কাম-কাজ আদিও পানীৰ অভাৱৰ ফলত ব্যাঘাত ঘটিব। বিভিন্ন শিল্প … Read more