ADRE 2.0 70+ Important Assamese Question Answer

Assamese Question Answer

Table of Contents

  • অসমৰ প্ৰথম ব্যাঘ সংৰক্ষিত বনাঞ্চল কোনখন?
    • উত্তৰ: মানাহ ব্যাঘ সংৰক্ষিত বনাঞ্চল।
  • প্রত্নতাত্বিক স্থান ‘দেওপাহাৰ’ ক’ত অৱস্থিত?
    • উত্তৰ: নুমলিগড়।
  • কেইখন দেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যায়?
    • উত্তৰ: তিনিখন।
  • অসমৰ পৰা ‘অশ্বমেধ যজ্ঞ’ কৰা প্ৰথম জন ৰজা কোন আছিল?
    • উত্তৰ: মহেন্দ্ৰবৰ্মন।
  • কোনজন আহোম ৰজাই নৱগ্রহ মন্দিৰ নিৰ্মাণ কৰিছিল?
    • উত্তৰ: ৰাজেশ্বৰ সিংহ।
  • আহোম মোগলৰ শেষ যুদ্ধ হোৱা ঠাইখনৰ নাম কি?
    • উত্তৰ: ইটাখুলি।
  • অসমৰ সৰ্ববৃহৎ কয়লাক্ষেত্র ক’ত অৱস্থিত?
    • উত্তৰ: মাকুম।
  • চিমেণ্ট ফেক্টৰি বাবে অসমৰ কোনখন ঠাই বিখ্যাত?
    • উত্তৰ: বোকাজান।
  • উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কি?
    • উত্তৰ: অৰুণাচল প্রদেশ।
  • অসমৰ কোনখন জিলাত ৰাষ্ট্ৰীয় সাৰ কাৰখানা অৱস্থিত?
    • উত্তৰ: নামৰূপ।
  • অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিৰল বগা পাখি থকা হাঁহ (দেওহাঁহ) পোৱা যায়?
    • উত্তৰ: নামেৰি।
  • অসমৰ কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল?
    • উত্তৰ: ১৯৭৪ চনত।
  • অসমৰ মুঠ ভৌগোলিক ক্ষেত্রফল কিমান?
    • উত্তৰ: 78438 sq.km.
  • অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেইখন দেশৰ লগত ভাগ কৰে?
    • উত্তৰ: দুখন দেশ।
  • কিমান চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়?
    • উত্তৰ: ২০০৩ চনৰ ৪ এপ্রিল তাৰিখে।
  • ২০১১ চনৰ লোকপ্পিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?
    • উত্তৰ: ৬৬.২৭%
  • অসমৰ লোকসভাৰ কোনটো সমষ্টি অনুসূচিত জাতি জাতিৰ বাবে সংৰক্ষিত?
    • উত্তৰ: কৰিমগঞ্জ।
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন বছৰত ব্যাঘ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছে?
    • উত্তৰ:২০০৭ চনত।
  • ব্ৰহ্মপুত্ৰৰ উপনদী গাই কোন নদীৰ মাজত অৱস্থিত?
    • উত্তৰ: দিহাং আৰু সোৱণশিৰি।
  • টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোনখন চহৰত অৱস্থিত?
    • উত্তৰ: যোৰহাট।
  • চূণশিলৰ প্ৰধান মজুত কোন জিলাত পোৱা যায়?
    • উত্তৰ: ডিমা হাছাও জিলাত।
  • বাংলাদেশৰ সৈতে সীমা ভাগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যখন কি?
    • উত্তৰ: মণিপুৰ।
  • কোন বছৰত অসমৰ ৰাজধানী শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়?
    • উত্তৰ: ১৯৭৩ চনত।
  • অসমৰ কোনখন জিলাৰ সাক্ষৰতা হাৰ সৰ্বাধিক?
    • উত্তৰ: কামৰূপ জিলা।
  • অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
    • উত্তৰ: ১৯৮৫ চনৰ ১৫ আগষ্ট।
  • অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিল?
    • উত্তৰ: ল’ৰাবন্ধু।
  • অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি?
    • উত্তৰ: শুৱালকুছি।
  • অসমত কোনে চাহ গছ আৱিষ্কাৰ কৰিছিল?
    • উত্তৰ: এ. চি. ব্ৰুচ।
  • অসমৰ প্ৰথম ৰে’লপথটোৰ নাম কি?
    • উত্তৰ: উত্তৰ-পূব সীমান্ত ৰেলপথ।
  • উত্তৰ-পূব সীমান্ত ৰেলৰ প্ৰধান কার্যালয় ক’ত?
    • উত্তৰ: গুৱাহাটীৰ মালিগাঁৱত
  • গোপীনাথ বৰদলৈক কোনে’ লোকপ্রিয়’ উপাধি প্ৰদান কৰিছিল?
    • উত্তৰ: জয়ৰাম দাস দৌলতৰাম।
  • ‘চক্ৰফেটি বুৰঞ্জী ‘কোনে লিখিছিল?
    • উত্তৰ: নুমলী বৰগোহাঁই।
  • আজান পীৰ দৰগাহ ক’ত অৱস্থিত?
    • উত্তৰ: শিৱসাগৰ।
  • AIDC ৰ সম্পূৰ্ণ ৰূপ কি?
    • উত্তৰ: Assam Industrial Development Corporation Limited.
  • অসমৰ ৰাজ্যপাল কোন?
    • উত্তৰ : গুলাব চান্দ কটাৰিয়া।
  • কোনখন জিলা বড়োলেও টেৰিটৰিয়েল ৰিজিয়ন (BTR) অন্তর্ভুক্ত নহয়?
  • উত্তৰ: বঙাইগাঁও।
  • আকাৰৰ ভিত্তিত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন?
    • উত্তৰ: কাৰ্বি আংলং।
  • অসমীয়াত প্রথম উপন্যাস কোনে ৰচনা কৰিছিল?
    • উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱা।
  • ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল?
    • উত্তৰ: লেফটেনেন্ট চিংগাৰ।
  • ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে?
    • উত্তৰ: ছয়খন।
  • অসমৰ কোনটো সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত?
    • উত্তৰ: চক্ৰশিলা বন্যপ্রাণী অভয়াৰণ্য।
  • নামদাং নদী ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল?
    • উত্তৰ: ৰুদ্ৰ সিংহ।
  • অসমৰ পৰা মুখ্য ন্যায়ধীশ কোন আছিল?
    • উত্তৰ: ৰঞ্জন গগৈ।
  • গুৱাহাটীত চাহ নিলাম কেন্দ্র কিমান চনত প্রতিষ্ঠা হৈছিল?
    • উত্তৰ: ১৯৭০ চনত।
  • কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল?
    • উত্তৰ:১৮৮৯ চনত।
  • অসমৰ কোনখন জিলাত সর্বাধিক চাহ বাগিচা আছে?
    • উত্তৰ: ডিব্ৰুগড় জিলাত।
  • BTAD কেতিয়া প্রতিষ্ঠা হৈছিল?
    • উত্তৰ: ১০ ফেব্ৰুৱাৰী, ২০০৩
  • অসমৰ একমাত্র AIIMS কোন ঠাইত অৱস্থিত?
    • উত্তৰ: চাংসাৰি।
  • অসমৰ বিহুৱে কিমান তাৰিখে বিশ্ব ৰেকৰ্ডৰ গিনিজ বুকত স্থান লাভ কৰিছে?
    • উত্তৰ:১৩ এপ্রিল, ২০২৩।
  • ৩০ জুলাইত গুৱাহাটীৰ অসম বিধান সভাৰ নতুন ভৱন কোনে উদ্বোধন কৰিছিল?
    • উত্তৰ: লোকসভাৰ অধ্যক্ষ ওম বিৰলা।
  • অসমত কেতিয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয়?
    • উত্তৰ:২৩ আগষ্ট।
  • অসম ভ্ৰমণ কৰা পৃথিৱীৰ আটাইতকৈ দীঘল নদী ক্রুচখনৰ নাম কি?
    • উত্তৰ: এম ভি গঙ্গা বিলাস।
  • উত্তৰ পূৱ সীমান্ত ৰেল’ৱে (NEF) উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ঠাইৰ পৰা প্ৰথম ভাৰত গৌৰৱ ৰে’ল মুকলি কৰিছে?
    • উত্তৰ: অসমৰ ডিব্ৰুগড়ৰ পৰা
  • প্রথম অসমীয়া অনাতাঁৰ নাটক কি আছিল?
    • উত্তৰ: বিন বৈৰাগী।
  • নৰনাৰায়ণৰ ৰাজত্ব কালত কোনগৰাকী ভ্ৰমণকাৰীয়ে কোচ ৰাজ্য ভ্ৰমণ কৰিছিল?
    • উত্তৰ: ৰালফ ফিটছ।
  • কোনগৰাকী আহােম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল?
    • উত্তৰ: অম্বিকাকুঁৱৰী।
  • অসম সাহিত্য সভা কিমান চনত প্রতিষ্ঠা কৰা হৈছিল?
    • উত্তৰ: ১৯১৭ চনত।
  • জাটিংগা কোনখন জিলাত অৱস্থিত?
    • উত্তৰ: ডিমা হাছাও।
  • ভাৰতত সোেমাৱাৰ পাছত ব্ৰহ্মপুত্র নদীক কি বুলি জনা যায়?
    • উত্তৰ: ছিয়াং।
  • অসমত প্রথম ৰে’লপথ কেতিয়া স্থাপন হৈছিল?
    • উত্তৰ : ১৮৮১ চনত।
  • কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল?
    • উত্তৰ: ৰুদ্ৰ সিংহ।
  • স্বাধীনতাৰ সময়ত, কোনে মৃত্যু বাহিনী গঠন কৰিছিল?
    • উত্তৰ: পুষ্পলতা দাস।
  • কোন বছৰত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল?
    • উত্তৰ: ১৯৪৮ চনত।
  • অসম সংস্থাৰ প্ৰথম সভাপতি কোন আছিল?
    • উত্তৰ: প্ৰভাত চন্দ্ৰ বৰুৱা।
  • ড° ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্রথমখন ছবি কি আছিল?
    • উত্তৰ: এৰা বাটৰ সুৰ।
  • অসমৰ কোনখন জিলাক সত্ৰৰ নগৰী বুলিও জনা যায়?
    • উত্তৰ: বৰপেটা।
  • উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে?
    • উত্তৰ: ত্ৰিপুৰা।
  • ঐতিহাসিক দাণ্ডী শোভাযাত্রাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল?
    • উত্তৰ: লীলাধৰ বৰুৱা।
  • অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত এক উমৈহতীয়া সীমা ভাগ বতৰা কৰে?
    • উত্তৰ: ৭ খন ৰাজ্য।
  • অসমৰ বাবে নতুন জি আই টেগ কি?
    • উত্তৰ: গামোচা।
  • অসমৰ কোনখন জিলাৰ বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে?
    • উত্তৰ: কৰিমগঞ্জ।

0 thoughts on “ADRE 2.0 70+ Important Assamese Question Answer”

Leave a Comment