Class 3 Assamese Chapter-9

Class 3 Assamese Chapter-9 সাহসী ছোৱালীজনী Influencer Marketing in Assamese ক— পাঠভিত্তিক ক্ৰিয়া উত্তৰ দিয়া— (১) (ক) দলটোৱে কি ধ্বনি দি শোভাযাত্রা কৰিছিল? উত্তৰঃ দলটোৱে বন্দে মাতৰম, বন্দে মাতৰম ধ্বনি দি শোভাযাত্রা কৰিছিল। (খ) শোভাযাত্রা কৰি দলটো কোনফালে আগবাঢ়িছিল? উত্তৰঃ শোভাযাত্রা কৰি দলটো গহপুৰ থানা অভিমুখে আগবাঢ়িছিল। (গ) শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালীজনীয়ে কি গীত জুৰিছিল? … Read more

Class 3 Assamese Chapter – 8

Class 3 Assamese গাই গাই যাওঁ অসমীয়াত ডিজিটেল মাৰ্কেটিং ক— পাঠভিত্তিক ক্ৰিয়া  ১। গীতকেই ফাকি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে দলত ভাগ হৈ গোৱা। ভালকৈ নোৱাৰিলে জনাসকলৰ পৰা শিকি লৈ বাৰে বাৰে অনুশীলন কৰিবা। উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা। ২। উত্তৰ দিয়া: (ক) ৰ’দালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে? উত্তৰঃ ৰ’দালিক বহিবলৈ বৰ পীৰা পাৰি … Read more

Class 3 Assamese Question Answer Chapter 7

Class 3 Assamese সবৰমতী আশ্ৰমত গান্ধীজী ক — পাঠভিত্তিক ক্ৰিয়া ১। দলত ভাগ হৈ পাঠৰ ছবি কেইখনত কি কি দেখিছা আলোচনা কৰা। উত্তৰঃ প্রথমখন ছবিত মানুহ এজনে গান্ধীজীক নমস্কাৰ জনাই সভালৈ নিমন্ত্রণ জনাইছে। দ্বিতীয়খন ছবিত গান্ধীজীয়ে কচোৱানজনক ঘোঁৰাগাড়ী আনিবলৈ কৈছে। তৃতীয়খন ছবিত গান্ধীজীয়ে আন এজন এখন চাইকেল আনি দিবলৈ কৈছে। চতুর্থখন ছবিত গান্ধীজীয়ে কেইজনমান লোকক … Read more

class 3 assamese question answer Chapter 6

Class 3 Assamese Question Answer ময়ূৰ পক্ষীৰ জন্ম কাহিনী ১। ‘ময়ূৰ পক্ষীৰ জন্ম কাহিনী’টো সহজভাবে নিজৰ কথাৰে কোৱা— উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা। উত্তৰ লিখা— (ক) দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল? উত্তৰঃ দেৱকন্যাই পৃথিৱীত সৰিয়হ এডৰা দেখি বিমুগ্ধ হৈছিল। (খ) তেওঁ প্রথম কিছুদিন তাত কেনেদৰে কটায়? উত্তৰঃ তেওঁ প্ৰথম কিছুদিন তাত বালিমাহীৰ লগত সৰিয়হ এডৰাৰ … Read more

আপোন পাঠ class 3 – Chapter 5

আপোন পাঠ class 3 মাকণৰ চিঠি ক— পাঠভিত্তিক ক্ৰিয়া উত্তৰ দিয়া— (১) (ক) মিস্ত্রিজনে প্রধান শিক্ষকক কাগজত কি লিখি দিলে? উত্তৰঃ মিস্ত্রীজনে তেওঁ কৰা কামৰ বাবদ পাবলগা টকাৰ হিচাপখিনি কাগজ এখনত লিখি প্রধান শিক্ষকক দিলে। (খ) মিস্ত্রিজনে স্কুলত কি কাম কৰিছিল? উত্তৰঃ মিস্ত্রিজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল। (গ) প্রধান শিক্ষকে মিস্ত্রিজনক টকা কেইটামান … Read more

তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপ – অধ্যায় ৪

তৃতীয় শ্ৰেণীৰ অসমীয়া অধ্যায় ৪ আগলি বাঁহত বগলীৰ বাহ ক— পাঠভিত্তিক ক্ৰিয়া ১। পদ্যটি আবৃত্তি কৰোঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ২। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে পঢ়া। ৩। পদ্যটিৰ লগত থকা থকা ছবিকেইখন চোৱা আৰু বৰ্ণনা কৰা। উত্তৰঃ প্ৰথম ছবিখনত ল’ৰা-ছোৱালীবোৰে দীঘল বৰহাঁকুটি এডালেৰে আম পাৰি আছে। দ্বিতীয় ছবিখনত … Read more

Class 3 Assamese Chapter 3 | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা |

Class 3 Assamese Chapter 3 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ক- পাঠভিত্তিক ক্রিয়া ১। কোৱা আৰু লিখা— (ক) জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান ক’ত? উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান আছিল ডিব্ৰুগড়ৰ তামোলবাৰী চাহ-বাগিচা। (খ) উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন কি? উত্তৰঃ উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন হ’ল লণ্ডন। (গ) তেখেতৰ পূৰ্বপুৰুষসকল ক’ৰ? উত্তৰঃ তেখেতৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ। (ঘ) বোলছবিৰ … Read more

Class 3 Assamese Question Answer Chapter 2

Class 3 Assamese Question Answer Chapter 2 ক– পাঠভিত্তিক ক্রিয়া ১। সাধুটো তোমাৰ নিজৰ কথাৰে কোৱা। উত্তৰঃ ওপৰত দিয়া পাঠটোৰ মূলকথা পঢ়া আৰু ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা। ২। উত্তৰ দিয়া— (ক) গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল? উত্তৰঃ গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ মহাচিন্তা হৈছিল। (খ) সাধুকথা ক’ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে কি কৰিলে? উত্তৰঃ সাধুকথা ক’ম বুলি … Read more

Class 3 Assamese Question Answer Chapter 1

Class 3 Assamese Question Answer Chapter 1 ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা— উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ২। কওঁ আহা— (ক) পদূলিমুখত কি ফুল ফুলে? উত্তৰঃ পদূলিমুখত গধূলিগোলাপ ফুল ফুলে। (খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? উত্তৰঃ গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। (গ) পথাৰখন দেখিবলৈ কেনেকুৱা? উত্তৰঃ পথাৰখন পকা ধানেৰে দেখিবলৈ … Read more

Assamese GK Mock Test Free 2024-25

Assamese GK Mock Test ১/ প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল আৰু কিমান চনত সমাপ্ত হৈছিল? উত্তৰ:- প্ৰথম বিশ্বযুদ্ধ ১৯১৪ চনত আৰম্ভ হৈছিল আৰু ১৯১৮ চনত সমাপ্ত হৈছিল। ২/ দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল? উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধ ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ হৈছিল। ৩/ পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? উত্তৰ:- ২১ এপ্ৰিল, ১৫২৬ চনত। … Read more