অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ কি কি?
অংকীয়া নাট(Ankiya Naat)ৰ বৈশিষ্ট্য সমূহ হৈছে:
- সুত্ৰধাৰ চৰিত্ৰ প্ৰাধান্যতা।
- গীত, ভটিমা,পয়াৰৰ প্ৰয়োগ ৷
- নৃত্যৰ প্ৰাধান্যতা।
- ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ ৷
- লয়যুক্ত গদ্যৰ প্ৰয়োগ। আৰু
- মূখাৰ ব্যৱহাৰ ।
-
শীতল যুদ্ধৰ বিষয়ে এটি টোকা লিখা