অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ কি?

 অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ কি কি?

অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ

অংকীয়া নাট(Ankiya Naat)ৰ বৈশিষ্ট্য সমূহ হৈছে:

  • সুত্ৰধাৰ চৰিত্ৰ প্ৰাধান্যতা।
  • গীত, ভটিমা,পয়াৰৰ প্ৰয়োগ ৷
  • নৃত্যৰ প্ৰাধান্যতা।
  • ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ ৷
  • লয়যুক্ত গদ্যৰ প্ৰয়োগ। আৰু
  • মূখাৰ ব্যৱহাৰ ।
  • শীতল যুদ্ধৰ বিষয়ে এটি টোকা লিখা


Leave a Comment