উপভোক্তা কাক বোলে?

উপভোক্তা কাক বোলে?

Ans: যিবিলাক জীৱ খাদ্যৰ বাবে প্রত্যক্ষ আৰু পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল, সিহঁতক উপভোক্তা বোলা হয় ।
উপভোক্তাসমূহ পৰপোষী/ বিমষপোষী (Heterotrophic) জীৱ ৷

1 thought on “উপভোক্তা কাক বোলে?”

Leave a Comment