খাদ্যজাল কাক বোলে?

খাদ্যজাল কাক বোলে?

 স্বাভাৱিক অৱস্থাত পৰিস্থিতি তন্ত্ৰ এটাত এবিধ জীৱই আন একাধিক জীৱৰ সৈতে সংযোগ স্থাপন কৰি দেখাত একোখন জালৰ নিচিনা থাকে । এনেদৰে এটাই আনটো খাদ্যশৃংখলৰ সৈতে সংযোগ স্থাপন কৰি একোখন জালৰ নিচিনাকৈ থাকে । ইয়াকে খাদ্যজাল বুলি কোৱা হয় । 

Leave a Comment