Education শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা

 

Education শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা

Education শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা:

Ans: শিক্ষাৰ ইংৰাজী প্রতিশব্দ “Education” শব্দটো মূল লেটিন ভাষাৰ “E” আৰু “Duco” বোলা দুটি শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰোপৰি “Education” শব্দটো “Educere” “Educare” আৰু “Educatum” ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। ইয়াৰে ” E” “Duco” আৰু “Educere” এ ব্যক্তিৰ অন্তৰ্নিহিত শক্তি প্ৰতিভা আৰু সম্ভাৱনাৰ পূর্ণবিকাশৰ কথা বুজায় “Educare” আৰু “Educatum” এ ব্যক্তিৰ বিকাশৰ বাবে শিক্ষাদান কাৰ্য অৰ্থাৎ বহিঃ শক্তিৰ প্ৰভাৱৰ কথা সূচায়।

  1. শীতল যুদ্ধৰ বিষয়ে এটি টোকা লিখা
  2. শীতল যুদ্ধ বুলিলে কি বুজা?

Leave a Comment