ADRE Important Question Answer 2024-25

ADRE Important Question Answer P1

১/আহোমসকলে প্রথমে ক’ত ৰাজধানী পাতিছিল?

উত্তৰ: শিৱসাগৰ জিলাৰ চৰাইদউত।

২/অসমৰ প্ৰথমখন মেডিকেল কলেজ কিমান চনত প্রতিষ্ঠা হৈছিল?

উত্তৰ: ১৯৪৭ চনত।

৩/অসমৰ কোনগৰাকী খেলুৱৈৰ জন্মদিনটোত ‘অভিৰুছি দিৱস’ হিচাপে পালন কৰা হয়?

উত্তৰ: অর্জুন ভোগেশ্বৰ বৰুৱা।

৪/প্রথম শংকৰদেৱ বঁটা কোনে লাভ কৰিছিল?

উত্তৰ: কীৰ্তিনাথ হাজৰিকা আৰু ড° ভূপেন হাজৰিকা।

৫/জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া মহিলা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ: ড° মামণি ৰয়ছম গোস্বামী।

৬/অসমৰ হস্তি কন্যা বুলিলে কাক বুজা যায়?

উত্তৰ: প্রতিমা পাণ্ডে বৰুৱা।
৭/কাক দিহিঙীয়া ৰজা বুলিও জনা যায়?

উত্তৰ: চুহুংমুং।

৮/প্ৰহ্লাদ চৰিত্ৰ নামৰ কিতাপখন কোনে লিখিছিল?

উত্তৰ: হেম সৰস্বতী।

৯/জয়মতী চলচ্চিত্ৰ খন কোন বছৰত মুক্তি পাইছিল?

উত্তৰ:১৯৩৫ চনত।

১০/কোন ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল?

উত্তৰ: প্রতাপ সিংহ।

১১/কোনজন আহোম ৰজাই নৰনাৰায়নৰ সৈতে মাজুলী চুক্তি স্বাক্ষৰ কৰিছিল?

উত্তৰ: চুখামফা।

১২/কোনগৰাকী আহোম স্বৰ্গদেউয়ে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল?

উত্তৰ: গদাধৰ সিংহ।

১৩/প্ৰথমবাৰৰ বাবে মোৱামৰীয়া বিদ্রোহ কেতিয়া হৈছিল?

উত্তৰ:১৭৬৯ চনত।

১৪/ উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে?

উত্তৰ: ত্ৰিপুৰা।
১৫/ঐতিহাসিক দাণ্ডী শোভাযাত্রাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল?

উত্তৰ: লীলাধৰ বৰুৱা।

১৬/অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত এক উমৈহতীয়া সীমা ভাগ বতৰা কৰে?

উত্তৰ: ৭ খন ৰাজ্য।

১৭/ অসমৰ বাবে নতুন জি আই টেগ কি?

উত্তৰ: গামোচা।

১৮/ অসমৰ কোনখন জিলাৰ বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে?

উত্তৰ: কৰিমগঞ্জ।

১৯/অসমত প্রথম ৰে’লপথ কেতিয়া স্থাপন হৈছিল?

উত্তৰ : ১৮৮১ চনত।

ADRE Important Question Answer P2

২০/কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল?

উত্তৰ: ৰুদ্ৰ সিংহ।

২১/স্বাধীনতাৰ সময়ত, কোনে মৃত্যু বাহিনী গঠন কৰিছিল?

উত্তৰ: পুষ্পলতা দাস।

২২/কোন বছৰত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ: ১৯৪৮ চনত।

২৩/ড° ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্রথমখন ছবি কি আছিল?

উত্তৰ: এৰা বাটৰ সুৰ।

২৪/অসমৰ কোনখন জিলাক সত্ৰৰ নগৰী বুলিও জনা যায়?
উত্তৰ: বৰপেটা

২৫/প্রথম অসমীয়া অনাতাঁৰ নাটক কি আছিল?

উত্তৰ: বিন বৈৰাগী।

২৬/ নৰনাৰায়ণৰ ৰাজত্ব কালত কোনগৰাকী ভ্ৰমণকাৰীয়ে কোচ ৰাজ্য ভ্ৰমণ কৰিছিল?

উত্তৰ: ৰালফ ফিটছ।

২৭/কোনগৰাকী আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নির্মাণ কৰিছিল?

উত্তৰ: অম্বিকাকুঁৱৰী।

২৮/অসম সাহিত্য সভা কিমান চনত প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰ: ১৯১৭ চনত।

২৯/জাটিংগা কোনখন জিলাত অৱস্থিত?

উত্তৰ: ডিমা হাছাও।

৩০/ ভাৰতত সোমোৱাৰ পাছত ব্রহ্মপুত্র নদীক কি বুলি জনা যায়?

উত্তৰ: ছিয়াং।
৩১/অসমৰ একমাত্র AIIMS কোন ঠাইত অৱস্থিত?

উত্তৰ: চাংসাৰি।

৩২/অসমৰ বিহুৱে কিমান তাৰিখে বিশ্ব ৰেকৰ্ডৰ গিনিজ বুকত স্থান লাভ কৰিছে?
উত্তৰ:১৩ এপ্রিল, ২০২৩।

৩৩/ ৩০ জুলাইত গুৱাহাটীৰ অসম বিধান সভাৰ নতুন ভৱন কোনে উদ্ধোধন কৰিছিল?

উত্তৰ: লোকসভাৰ অধ্যক্ষ ওম বিৰলা।

৩৪/অসমত কেতিয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয়?

উত্তৰ:২৩ আগষ্ট।

৩৫/অসম ভ্ৰমণ কৰা পৃথিৱীৰ আটাইতকৈ দীঘল নদী ক্রুচখনৰ নাম কি?

উত্তৰ: এম ভি গঙ্গা বিলাস।

৩৬/উত্তৰ পূৱ সীমান্ত ৰেল’ৱে (NEF) উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ঠাইৰ পৰা প্ৰথম ভাৰত গৌৰৱ ৰে’ল মুকলি কৰিছে?

উত্তৰ: অসমৰ ডিব্ৰুগড়ৰ পৰা।

৩৭/ অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰ: ১৯৮৫ চনৰ ১৫ আগষ্ট।

৩৮/অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিল?

উত্তৰ: ল’ৰাবন্ধু।

৩৯/অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি?

উত্তৰ: শুৱালকুছি।

ADRE Important Question Answer P3

৪০/অসমত কোনে চাহ গছ আৱিষ্কাৰ কৰিছিল?

উত্তৰ: এ. চি. ব্ৰুচ।

৪১) প্রশ্ন: কোন অনা ভাৰতীয় (ব্ৰিটিছ) নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?

উত্তৰ : এলান অষ্টেভিয়ান হিউম (১৮৮৫ চনত)।

৪২) প্রশ্ন: ‘ফাডাৰ অৱ মডার্ণ ইণ্ডিয়া’ বুলি কাক কোৱা হয়?

উত্তৰ : ৰাজা ৰামমোহন ৰায়।

৪৩) প্রশ্ন: কাৰ সন্মানার্থে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া (Gateway of Inadia) নিৰ্মাণ কৰা হৈছিল?

উত্তৰ: ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰত আগমনৰ প্রাকমূহুর্ত্তত (১৯১১ চনত)।

৪৪) প্রথম এভাৰেষ্ট শৃংগ বিজয়ী ভাৰতীয় কোন?

উত্তৰ : টেনজিং নর্গে।
৪৫) প্রশ্ন: প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী গৰাকী কোন?

উত্তৰ : আচাৰ্য বিনোৱা ভাৱে (১৯৫৮ চন)।

৪৬) প্রশ্ন: প্রথম কোন মহিলাই ‘ভাৰতৰত্ব’ উপাধি লাভ কৰিছিল?

উত্তৰ : ইন্দিৰা গান্ধী (১৯৭২ চন)।

৪৭) প্রশ্ন: ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৩ তম্ অধিবেশনৰ সভাপতি কোন আছিল?

উত্তৰ : এছ. শ্রীনিবাস আয়েঙ্গাৰ।

৪৮) প্রশ্ন: উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল?

উত্তৰ : ফাতেমা বিবি।

৪৯) প্রশ্ন: ৰাষ্ট্ৰীয় সংগীত ‘জনগন মন’ গীতটি পোন প্ৰথমবাৰৰ বাবে ক’ত পৰিবেশন কৰা হৈছিল?

উত্তৰ : ১৯১১ চনৰ ২৭ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত।

৫০) প্ৰশ্ন : ভাৰতৰ প্ৰথম আইন মন্ত্রী কোন আছিল?

উত্তৰ : বাবা চাহেব ভীমৰাও আম্বেদকাৰ (বি. আৰ. আম্বেদকাৰ)।

৫১) প্ৰশ্ন : ভাৰতীয় ৰেলৰ আটাইতকৈ দীর্ঘযাত্ৰাৰ ৰেলখনৰ নাম কি?

উত্তৰ : হিম সাগৰ এক্সপ্ৰেছ (জন্মৰ পৰা কন্যাকুমাৰীলৈ)।

৫২) প্রশ্ন: কিমান চনত বৃটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰে?

উত্তৰ : ১৯১১ চনত।

৫৩) প্রশ্ন : কোনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক নিযুক্তি দিয়ে?

উত্তৰ : ৰাষ্ট্ৰপতিয়ে।

৫৪) প্রশ্ন: ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।

৫৫) প্রশ্ন : ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন?

উত্তৰ : বিষ্ণুৰাম মেধি (তামিনাডুৰ)।

৫৬) প্ৰশ্ন : অসমৰ একমাত্র মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

৫৭) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীর্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে।

উত্তৰ: মুণ্ডক।

৫৮) প্ৰশ্ন : ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্ত কি?

উত্তৰ: ম’ৰা চৰাই আৰু বাঘ।

৫৯) প্ৰশ্ন : ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?

উত্তৰ : ৰাষ্ট্ৰপতি।

ADRE Important Question Answer P4

৬০) প্রশ্ন: ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন?

উত্তৰ : সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।

৬১) প্ৰশ্ন : ভাৰতৰ প্ৰথম আই. পি. এচ. বিষয়া গৰাকী কিন?

উত্তৰ : কিৰণ বেদী (১৯৭২)।

৬২) প্রশ্ন : ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?

৬৩) প্ৰশ্ন : কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : গদাধৰ সিংহ; ১৬৯৪ চনত।

৬৪) মূলা গাভৰুৰ স্বামীৰ নাম কি?

উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই।

৬৫) প্ৰশ্ন : অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

৬৬) প্রশ্ন: নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?

উত্তৰ : শুক্লধ্বজ।

৬৭) প্রশ্ন: কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?

উত্তৰ : হিউৱেন চাঙক।

৬৮) প্রশ্ন: বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

৬৯) প্রশ্ন: অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?

উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।

৭০) কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্রোহ

হৈছিল?

উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ।

৭১) প্রশ্ন: মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?

উত্তৰ : ১৮৫৮ চনত।

উত্তৰ : ‘টাম চুক খামবাৰ” (মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত)

৭২) প্রশ্ন: হাজোৰ পোৱামক্কা কোনে সজাইছিল?

উত্তৰ : গিয়াচুদ্দিন আউলিয়া।

৭৩) প্রশ্ন: ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল?

উত্তৰ : শৰাইঘাট দলং। ১৯৬২ চনত।

৭৪) প্রশ্ন: অসমৰ প্ৰথম লোেক আদালত ক’ত স্থাপন হৈছিল?

উত্তৰ : হাজোত।

৭৫) প্রশ্ন: অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?

উত্তৰ : মিছন প্ৰেছ, শিৱসাগৰ।

৭৬) প্রশ্ন: অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত?

উত্তৰ : সৰ্থেবাৰী (বৰপেটা)।

৭৭) প্ৰশ্ন : ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

৭৮) প্ৰশ্ন : কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : গদাধৰ সিংহ; ১৬৯৪ চনত।

৭৯) মূলা গাভৰুৰ স্বামীৰ নাম কি?

উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই।

ADRE Important Question Answer P5

৮০) প্ৰশ্ন : অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

৮১) প্রশ্ন: নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?

উত্তৰ : শুক্লধ্বজ।

৮২) প্রশ্ন: কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?

উত্তৰ : হিউৱেন চাঙক।

৮৩) প্রশ্ন: বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

৮৪) প্রশ্ন: অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?

উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।

৮৫) কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্রোহ

হৈছিল?

উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ।

৮৬) প্রশ্ন: মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?

উত্তৰ : ১৮৫৮ চনত।

৮৭) প্রশ্ন: কোনজন আহোমৰজাই পোন প্রথমে হিন্দু ধর্ম গ্রহণ কৰিছিল?

উত্তৰ : চুহুংমুং।

৮৮) প্রশ্ন: ‘হস্তী বিদ্যাৰ্ণৰ’ গ্রন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ : সুকুমাৰ বৰকাইথ।

৮৯) প্রশ্ন: অসম প্রদেশ কংগ্রেছ কমিটিৰপ্ৰথম সভাপতি কোন?

উত্তৰ : তৰুণৰাম ফুকন।

৯০) প্রশ্ন : কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?

উত্তৰ : ১৯৭৮ চনত।

৯১) প্রশ্ন: বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত ‘অসম আন্দোলন’ আৰম্ভ কৰিছিল?

উত্তৰ : ১৯৭৯ চনত।

৯২) প্রশ্ন : কোন চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়?

উত্তৰ : ১৯৭৯ চনত।

৯৩) প্রশ্ন: কোন চনত ছাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয়?

উত্তৰ : ১৯৩৭ চনত (স্বাধীনতাৰ আগত)

৯৪) প্রশ্ন: অসমৰ প্ৰথম চাহ খেতিয়কজন কোন?

উত্তৰ : জগন্নাথ বৰুৱা। (যোৰহাট)।

৯৫) প্রশ্ন: স্বাধীনতা যুঁজৰ প্ৰথম গৰাকী অসমীয়া শ্বহীদ কোন?

উত্তৰ : পিয়লি ফুকন।

৯৬) প্রশ্ন : ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন?

উত্তৰ : হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)।


Leave a Comment