Assam Jatiya Vidyalaya Class 6 Social Science | CHAPTER 1

Assam Jatiya Vidyalaya Class 6 Social Science

Assam Jatiya Vidyalaya Class 6 Social Science Chapter 1 ১. প্ৰাগ্‌জ্যোতিষ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি ?  উত্তৰঃ প্ৰাগজ্যোতিষপুৰ। ২. ৰামায়ণত কোনে প্ৰাগজ্যোতিষ ৰাজ্য প্রতিষ্ঠা কৰা বুলি লিখা আছে? উত্তৰঃ বিশ্বমিত্র মুণিৰ অজোককাক কুশ ৰজাৰ পুত্ৰ অমৃতৰাজে প্ৰাগজ্যোতিষ ৰাজ্য প্রতিষ্ঠা কৰা বুলি ৰামায়ণত উল্লেখ আছে। ৩. কৰতোৱা নদীখন বর্তমান কোন দেশৰ অন্তৰ্গত ? উত্তৰঃ বাংলাদেশৰ অন্তৰ্গত। … Read more

উপভোক্তা কাক বোলে?

উপভোক্তা কাক বোলে? Ans: যিবিলাক জীৱ খাদ্যৰ বাবে প্রত্যক্ষ আৰু পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল, সিহঁতক উপভোক্তা বোলা হয় । উপভোক্তাসমূহ পৰপোষী/ বিমষপোষী (Heterotrophic) জীৱ ৷

খাদ্য শৃংখল কাক বোলে?

খাদ্য শৃংখল কাক বোলে? উত্তৰঃ পৰিৱেশত থকা প্ৰতিটো প্রাণীয়ে খাদ্যৰ বাবে ইটোয়ে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে। প্রথম শ্রেণী উপভোক্তাৰ ওপৰত দ্বিতীয় শ্রেণী উপভোক্তাই, দ্বিতীয় শ্রেণী উপভোক্তাৰ ওপৰত তৃতীয় শ্রেণী উপভোক্তাই, তৃতীয় শ্রেণী উপভোক্তাৰ ওপৰত চতুৰ্থ শ্ৰেণী উপভোক্তাই খাদ্য হিচাপে নিৰ্ভৰ কৰি এক শৃংখলৰ সৃষ্টি কৰে । ইয়াকে খাদ্য শৃংখল (Food Chain) বোলে। উদাহৰণস্বৰূপে, … Read more

খাদ্যজাল কাক বোলে?

খাদ্যজাল কাক বোলে?  স্বাভাৱিক অৱস্থাত পৰিস্থিতি তন্ত্ৰ এটাত এবিধ জীৱই আন একাধিক জীৱৰ সৈতে সংযোগ স্থাপন কৰি দেখাত একোখন জালৰ নিচিনা থাকে । এনেদৰে এটাই আনটো খাদ্যশৃংখলৰ সৈতে সংযোগ স্থাপন কৰি একোখন জালৰ নিচিনাকৈ থাকে । ইয়াকে খাদ্যজাল বুলি কোৱা হয় । 

যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা?(What is united states?)

 

যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা?(What is united states?)

যুক্তৰাষ্ট্ৰ হৈছে পাৰস্পৰিক চুক্তি অথবা সন্ধিৰ দ্বাৰা সন্মিলিত হোৱা একাধিক ৰাষ্ট্ৰ বা ৰাজ্যৰ একাটা গোট বা তেনেদৰে গঠিত হেৱা এক বৃহত্তৰ ৰাষ্ট্ৰ

ৰাষ্ট্ৰঃ প্রাচীন গ্রীকসকলে ৰাষ্ট্ৰক ‘পলিচ’ নামেৰে অভিহিত কৰিছিল। ৰোমানসকলে আকৌ ৰাষ্ট্ৰ বুজাবলৈ চিভিটাছ শব্দটোৰ ব্যৱহাৰ কৰিছিল। ৰাষ্ট্ৰ শব্দটো পোন প্রথমে মেকিয়াভেলিয়ে তেওঁৰ ‘দি প্রিন্স’ নামৰ গ্ৰন্থত ব্যৱহাৰ কৰিছিল ৷ তেতিয়াৰ পৰাই এই শব্দটো জনপ্ৰিয় হৈ পৰে।

ৰাষ্ট্ৰ সম্পৰ্কে বিভিন্ন ৰাজনীতিবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত উইলচনৰ মতে, কোনো নির্দিষ্ট ভূ-খণ্ডত আইন অনুসাৰে সংগঠিত জনসমষ্টিকে ৰাষ্ট্ৰ বোলে।

ব্লাণ্টাছলিৰ মতে,“কোনো নির্দিষ্ট ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা জনসাধাৰণৰ ৰাজনৈতিক সংগঠনেই হৈছে ৰাষ্ট্ৰ।”

বাৰ্জেছৰ মতে,“নিৰ্দ্দিষ্ট ভূখণ্ডৰ মানুহৰ সংঘবদ্ধ জীৱনকে ৰাষ্ট্ৰ বোলে।”গাৰ্ণাৰৰ মতে,“চিৰস্থায়ীভাৱে এক নিৰ্দ্দিষ্ট ভূ-খণ্ড বহিশক্তিৰ তলতীয়া নোহোৱাকৈ আৰু জনসাধাৰণৰ পৰা আনুগত্য লাভ কৰা এটা সু-সংগঠিত চৰকাৰৰ তলত বসবাস কৰা জনসমষ্টিয়েই হ’ল ৰাষ্ট্ৰ।”

Read more

পৰিস্থিতি তন্ত্ৰ কাক বোলে?[What is Ecosystem]

পৰিস্থিতি তন্ত্ৰ কাক বোলে? যি বিশেষ পৰিস্থিতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠাবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিবেশৰ লগত প্রতিক্রিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতি তন্ত্ৰ বোলে।  অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ কি?