অনানুষ্ঠানিক শিক্ষা: Question Answers 2024-25

অনানুষ্ঠানিক শিক্ষা ১ নম্বৰৰ প্রশ্নসমূহ ক) খালী ঠাই পূৰণ কৰা ১। কেন্দ্রীয় চৰকাৰে প্রতিষ্ঠা কৰা ভাৰতৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খন হৈছে______ ।উত্তৰ : কেন্দ্রীয় চৰকাৰে প্রতিষ্ঠা কৰা ভাৰতৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খন হৈছে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় । ২। ভাৰতৰ প্রথমখন মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে_____ ।উত্তৰ : ভাৰতৰ প্রথমখন মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয় । … Read more