এটা দলৰ আধিপত্যৰ যুগ Question Answer| Class 12| Political Science

এটা দলৰ আধিপত্যৰ যুগ প্ৰশ্নোত্তৰ ১)ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন হৈছিল? উত্তৰঃ ১৯৫০ চনত। ২)ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰথম আয়ুক্ত কোন আছিল? উত্তৰঃ সুকুমাৰ সেন। ৩)কেতিয়াৰ পৰা সমগ্ৰ দেশতেই EVM ব্যৱহাৰ কৰা হৈছিল? উত্তৰঃ ২০০৪ চনত। ৪) EVMৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ Electronic Voting Machine. 5)ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত হৈছিল? উত্তৰঃ ১৯৫২ চনত। ৬) প্ৰথম ভোটাৰ তালিকাখনৰ খচৰা প্ৰকাশ হোৱাৰ সময়ত কেইলাখ … Read more