মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা | Class 3 Asomiya Chapter 14

Class 3 Asomiya Chapter 14 মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা Influencer Marketing in Assamese ক— পাঠভিত্তিক ক্ৰিয়া ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা। উত্তৰঃ তোমালোকে নিজে কৰা। ২। দলত ভাগ হৈ ক্ৰম অনুসৰি পাদ্যটিৰ একোটিকৈ দফা আবৃত্তি কৰোঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ৩। উত্তৰ দিয়া— (ক) (i) ‘মৰমৰ আই’ পদ্যটিৰ কবিগৰাকীৰ নাম … Read more

কামৰ সৰু-বৰ নাই | Assamese Class 3 Chapter 13

Assamese Class 3 Question Answers ক— পাঠভিত্তিক ক্রিয়া #1 Best Digital Marketing Agency উত্তৰ দিয়া— (ক) চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি? উত্তৰঃ চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হ’ল এটা লোৰ চতি। (খ) চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন কোন? উত্তৰঃ চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন হ’ল চিপাহীহঁতৰ ওপৰৱালা বিষয়া, এজন জমাদাৰ। (গ) অৱশেষত চিপাহীকেইজনক সহায় … Read more

শিৱসাগৰ চাওঁ আহা | Class 3 Assamese Chapter 12

Class 3 Assamese শিৱসাগৰ চাওঁ আহা BEST Digital Marketing Company in Tezpur ক-পাঠভিত্তিক ক্রিয়া উত্তৰ দিয়া— (১) (ক) অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত ক’লৈ গৈছিল? উত্তৰঃ অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত শিৱসাগৰলৈ গৈছিল। (খ) শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দোৱা হৈছিল? উত্তৰঃ শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দোৱা হৈছিল। (গ) কি দেখি অনিলহঁত অভিভূত হ’ল? উত্তৰঃ … Read more

Class 3 Assamese Chapter 10

Class 3 Assamese Chapter 10 CGPA to Percentage Calculator আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ ক— পাঠভিত্তিক ক্রিয়া উত্তৰ দিয়া— (ক) আব্দুলৰ দেউতাকে নতুনকৈ কি কিনি আনিছে? উত্তৰঃ আব্দুলৰ দেউতাকে নতুনকৈ এখন ট্ৰেক্টৰ কিনি আনিছে। (খ) আব্দুলৰ দেউতাক কেনে ধৰণৰ খেতিয়ক? উত্তৰঃ আব্দুলৰ দেউতাক এজন ভাল আৰু আদৰ্শ খেতিয়ক। (গ) আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি? উত্তৰঃ আব্দুলৰ দেউতাকে … Read more

Class 3 Assamese Chapter-9

Class 3 Assamese Chapter-9 সাহসী ছোৱালীজনী Influencer Marketing in Assamese ক— পাঠভিত্তিক ক্ৰিয়া উত্তৰ দিয়া— (১) (ক) দলটোৱে কি ধ্বনি দি শোভাযাত্রা কৰিছিল? উত্তৰঃ দলটোৱে বন্দে মাতৰম, বন্দে মাতৰম ধ্বনি দি শোভাযাত্রা কৰিছিল। (খ) শোভাযাত্রা কৰি দলটো কোনফালে আগবাঢ়িছিল? উত্তৰঃ শোভাযাত্রা কৰি দলটো গহপুৰ থানা অভিমুখে আগবাঢ়িছিল। (গ) শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালীজনীয়ে কি গীত জুৰিছিল? … Read more

Class 3 Assamese Question Answer Chapter 7

Class 3 Assamese সবৰমতী আশ্ৰমত গান্ধীজী ক — পাঠভিত্তিক ক্ৰিয়া ১। দলত ভাগ হৈ পাঠৰ ছবি কেইখনত কি কি দেখিছা আলোচনা কৰা। উত্তৰঃ প্রথমখন ছবিত মানুহ এজনে গান্ধীজীক নমস্কাৰ জনাই সভালৈ নিমন্ত্রণ জনাইছে। দ্বিতীয়খন ছবিত গান্ধীজীয়ে কচোৱানজনক ঘোঁৰাগাড়ী আনিবলৈ কৈছে। তৃতীয়খন ছবিত গান্ধীজীয়ে আন এজন এখন চাইকেল আনি দিবলৈ কৈছে। চতুর্থখন ছবিত গান্ধীজীয়ে কেইজনমান লোকক … Read more

Class 3 Assamese Chapter 3 | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা |

Class 3 Assamese Chapter 3 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ক- পাঠভিত্তিক ক্রিয়া ১। কোৱা আৰু লিখা— (ক) জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান ক’ত? উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান আছিল ডিব্ৰুগড়ৰ তামোলবাৰী চাহ-বাগিচা। (খ) উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন কি? উত্তৰঃ উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন হ’ল লণ্ডন। (গ) তেখেতৰ পূৰ্বপুৰুষসকল ক’ৰ? উত্তৰঃ তেখেতৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ। (ঘ) বোলছবিৰ … Read more

Class 3 Assamese Question Answer Chapter 1

Class 3 Assamese Question Answer Chapter 1 ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা— উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ২। কওঁ আহা— (ক) পদূলিমুখত কি ফুল ফুলে? উত্তৰঃ পদূলিমুখত গধূলিগোলাপ ফুল ফুলে। (খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? উত্তৰঃ গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। (গ) পথাৰখন দেখিবলৈ কেনেকুৱা? উত্তৰঃ পথাৰখন পকা ধানেৰে দেখিবলৈ … Read more