দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি |Question Answer| Class 12

দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি ১) ছোভিয়েট ইউনিয়ন কেতিয়া গঠন হৈছিল? উত্তৰঃ ১৯১৭ চনত। ২) বলচেভিক কমিউনিষ্ট বিপ্লবৰ নেতা কোন আছিল? উত্তৰঃ ভ্লাদিমিৰ লেনিন। ৩) USSRৰ সম্পুৰ্ণ ৰূপটো লিখা। উত্তৰঃ Union of Soviet  Socialist Republics. ৪) বিশ্ব ৰাজনীতিত দ্বিমেৰুৰ পৰিসমাপ্তি কেতিয়া ঘটিছিল? উত্তৰঃ১৯৯১ চনত। ৫) ছোভিয়েট ইউনিয়ন সফলতাকাৰী ৰাষ্ট্ৰ কোনটো আছিল? উত্তৰঃ ৰাছিয়া। ৬) কোনে ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক … Read more