পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা?
যি বিশেষ পৰিস্থিতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠাবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিবেশৰ লগত প্রতিক্রিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতি তন্ত্ৰ বোলে। পৰিস্থিতি তন্ত্ৰ ওভামৰ মতে, “পৰিস্থিতি তন্ত্ৰ বাস্তৱ বিদ্যাৰ মূল একক য’ত জৈৱিক কাৰক(জীৱসমূহ) আৰু;অজৈৱিক কাৰক (উষ্ণতা, পোহৰ আদি) সমূহে এটাই আনটোৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে।” মাথাতনৰ মতে,“এটা … Read more