সমসাময়িক দক্ষিণ এছিয়া Question Answer

সমসাময়িক দক্ষিণ এছিয়া 1. দক্ষিণ এছিয়া বুলিলে কি বুজা? উত্তৰঃ দক্ষিণ এছিয়া বুলি কলে বাংলাদেশ, ভূটান, নেপাল, ভাৰতবৰ্ষ, মালদ্বীপ, পাকিস্থান আৰু শ্ৰীলংকা –এই ৭খন ৰাষ্ট্ৰক বুজায়। কিন্তু বৰ্তমান আফগানিস্থানকো দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ বুলি গণ্য কৰা হয় অৰ্থাৎ বৰ্তমান দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰৰ সংখ্যা হল ৮খন। 2. শ্ৰীলংকাৰ পুৰণি নাম কি? উত্তৰঃ চিলন। 3. চীন দক্ষিণ এছিয়াৰ … Read more