সমাজ বিজ্ঞান |আন্তর্জাতিক সংস্থা |ৰাজনীতি| Question Answers

সমাজ বিজ্ঞান অতি চমু উত্তৰৰ প্ৰশ্নঃ 1. ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?উত্তৰঃ- ১৯১৪ চনৰ বিশ্ব যুদ্ধৰ পাছত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে গঠিত হোৱা আন্তর্জাতিক সংগঠন জাতিসংঘ’ৰ বিফলতাৰ পিছত ১৯৩৯ চনত সংঘটিত হ’ল দ্বিতীয় বিশ্বযুদ্ধ। বিশ্বযুদ্ধৰ ভয়াৱহতা আৰু অৱর্ণনীয় ধ্বংসলীলাই গোটেই বিশ্ববাসীক ভয়ার্ত কৰি তোলে বিশ্ববাসীক বা পৃথিৱীখনক যুদ্ধৰ পৰা ৰক্ষা কৰা … Read more