ADRE Important Question Answer 2024-25

ADRE Important Question Answer P1 ১/আহোমসকলে প্রথমে ক’ত ৰাজধানী পাতিছিল? উত্তৰ: শিৱসাগৰ জিলাৰ চৰাইদউত। ২/অসমৰ প্ৰথমখন মেডিকেল কলেজ কিমান চনত প্রতিষ্ঠা হৈছিল? উত্তৰ: ১৯৪৭ চনত। ৩/অসমৰ কোনগৰাকী খেলুৱৈৰ জন্মদিনটোত ‘অভিৰুছি দিৱস’ হিচাপে পালন কৰা হয়? উত্তৰ: অর্জুন ভোগেশ্বৰ বৰুৱা। ৪/প্রথম শংকৰদেৱ বঁটা কোনে লাভ কৰিছিল? উত্তৰ: কীৰ্তিনাথ হাজৰিকা আৰু ড° ভূপেন হাজৰিকা। ৫/জ্ঞানপীঠ বঁটা লাভ … Read more