A Glass of Lemonade | Class 3 english | Assamese Medium

A Glass of Lemonade Guwahati University CGPA to Percentage Calculator Guess who the people are in the picture and what they are doing. Ans. In the picture we can see a Mother and her son. Mother is cutting fruits and the son is filling a glass with water from the jug.  Work in pairs and say … Read more

মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা | Class 3 Asomiya Chapter 14

Class 3 Asomiya Chapter 14 মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা Influencer Marketing in Assamese ক— পাঠভিত্তিক ক্ৰিয়া ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা। উত্তৰঃ তোমালোকে নিজে কৰা। ২। দলত ভাগ হৈ ক্ৰম অনুসৰি পাদ্যটিৰ একোটিকৈ দফা আবৃত্তি কৰোঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ৩। উত্তৰ দিয়া— (ক) (i) ‘মৰমৰ আই’ পদ্যটিৰ কবিগৰাকীৰ নাম … Read more

কামৰ সৰু-বৰ নাই | Assamese Class 3 Chapter 13

Assamese Class 3 Question Answers ক— পাঠভিত্তিক ক্রিয়া #1 Best Digital Marketing Agency উত্তৰ দিয়া— (ক) চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি? উত্তৰঃ চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হ’ল এটা লোৰ চতি। (খ) চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন কোন? উত্তৰঃ চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন হ’ল চিপাহীহঁতৰ ওপৰৱালা বিষয়া, এজন জমাদাৰ। (গ) অৱশেষত চিপাহীকেইজনক সহায় … Read more

শিৱসাগৰ চাওঁ আহা | Class 3 Assamese Chapter 12

Class 3 Assamese শিৱসাগৰ চাওঁ আহা BEST Digital Marketing Company in Tezpur ক-পাঠভিত্তিক ক্রিয়া উত্তৰ দিয়া— (১) (ক) অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত ক’লৈ গৈছিল? উত্তৰঃ অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত শিৱসাগৰলৈ গৈছিল। (খ) শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দোৱা হৈছিল? উত্তৰঃ শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দোৱা হৈছিল। (গ) কি দেখি অনিলহঁত অভিভূত হ’ল? উত্তৰঃ … Read more

Class 3 Assamese Chapter 10

Class 3 Assamese Chapter 10 CGPA to Percentage Calculator আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ ক— পাঠভিত্তিক ক্রিয়া উত্তৰ দিয়া— (ক) আব্দুলৰ দেউতাকে নতুনকৈ কি কিনি আনিছে? উত্তৰঃ আব্দুলৰ দেউতাকে নতুনকৈ এখন ট্ৰেক্টৰ কিনি আনিছে। (খ) আব্দুলৰ দেউতাক কেনে ধৰণৰ খেতিয়ক? উত্তৰঃ আব্দুলৰ দেউতাক এজন ভাল আৰু আদৰ্শ খেতিয়ক। (গ) আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি? উত্তৰঃ আব্দুলৰ দেউতাকে … Read more

Class 3 Assamese Chapter-9

Class 3 Assamese Chapter-9 সাহসী ছোৱালীজনী Influencer Marketing in Assamese ক— পাঠভিত্তিক ক্ৰিয়া উত্তৰ দিয়া— (১) (ক) দলটোৱে কি ধ্বনি দি শোভাযাত্রা কৰিছিল? উত্তৰঃ দলটোৱে বন্দে মাতৰম, বন্দে মাতৰম ধ্বনি দি শোভাযাত্রা কৰিছিল। (খ) শোভাযাত্রা কৰি দলটো কোনফালে আগবাঢ়িছিল? উত্তৰঃ শোভাযাত্রা কৰি দলটো গহপুৰ থানা অভিমুখে আগবাঢ়িছিল। (গ) শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালীজনীয়ে কি গীত জুৰিছিল? … Read more

Class 3 Assamese Chapter – 8

Class 3 Assamese গাই গাই যাওঁ অসমীয়াত ডিজিটেল মাৰ্কেটিং ক— পাঠভিত্তিক ক্ৰিয়া  ১। গীতকেই ফাকি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে দলত ভাগ হৈ গোৱা। ভালকৈ নোৱাৰিলে জনাসকলৰ পৰা শিকি লৈ বাৰে বাৰে অনুশীলন কৰিবা। উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা। ২। উত্তৰ দিয়া: (ক) ৰ’দালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে? উত্তৰঃ ৰ’দালিক বহিবলৈ বৰ পীৰা পাৰি … Read more

class 3 assamese question answer Chapter 6

Class 3 Assamese Question Answer ময়ূৰ পক্ষীৰ জন্ম কাহিনী ১। ‘ময়ূৰ পক্ষীৰ জন্ম কাহিনী’টো সহজভাবে নিজৰ কথাৰে কোৱা— উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা। উত্তৰ লিখা— (ক) দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল? উত্তৰঃ দেৱকন্যাই পৃথিৱীত সৰিয়হ এডৰা দেখি বিমুগ্ধ হৈছিল। (খ) তেওঁ প্রথম কিছুদিন তাত কেনেদৰে কটায়? উত্তৰঃ তেওঁ প্ৰথম কিছুদিন তাত বালিমাহীৰ লগত সৰিয়হ এডৰাৰ … Read more

আপোন পাঠ class 3 – Chapter 5

আপোন পাঠ class 3 মাকণৰ চিঠি ক— পাঠভিত্তিক ক্ৰিয়া উত্তৰ দিয়া— (১) (ক) মিস্ত্রিজনে প্রধান শিক্ষকক কাগজত কি লিখি দিলে? উত্তৰঃ মিস্ত্রীজনে তেওঁ কৰা কামৰ বাবদ পাবলগা টকাৰ হিচাপখিনি কাগজ এখনত লিখি প্রধান শিক্ষকক দিলে। (খ) মিস্ত্রিজনে স্কুলত কি কাম কৰিছিল? উত্তৰঃ মিস্ত্রিজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল। (গ) প্রধান শিক্ষকে মিস্ত্রিজনক টকা কেইটামান … Read more

তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপ – অধ্যায় ৪

তৃতীয় শ্ৰেণীৰ অসমীয়া অধ্যায় ৪ আগলি বাঁহত বগলীৰ বাহ ক— পাঠভিত্তিক ক্ৰিয়া ১। পদ্যটি আবৃত্তি কৰোঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ২। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে পঢ়া। ৩। পদ্যটিৰ লগত থকা থকা ছবিকেইখন চোৱা আৰু বৰ্ণনা কৰা। উত্তৰঃ প্ৰথম ছবিখনত ল’ৰা-ছোৱালীবোৰে দীঘল বৰহাঁকুটি এডালেৰে আম পাৰি আছে। দ্বিতীয় ছবিখনত … Read more