শীতল যুদ্ধৰ যুগ Question Answer|Class 12|Political Science

শীতল যুদ্ধৰ যুগ ১) এক্সিস পাৱাৰ(অক্ষীয় শক্তি)ৰ এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰঃ জাপান। ২) Allied Power (মিত্ৰ শক্তি)ৰ এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ। ৩) শীতল যুদ্ধক কোনে দীঘল যুদ্ধ বুলি কৈছিল ? উত্তৰঃ ৰাষ্ট্ৰপতি ট্ৰুমেনে। ৪) কোন চনত দক্ষিণ পূব এছিয়া চুক্তি সংগঠন প্ৰতিষ্ঠা হৈছিল ? উত্তৰঃ ১৯৫৫ চনত। ৫) কোন চনত CENTO প্ৰতিষ্ঠা হৈছিল? উত্তৰঃ ১৯৫৫ চনত। ৬) বাগদাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰঃ ১৯৫৫ চনত। … Read more